ভাৰতৰ কান্ধত ২৬ শতাংশ শুল্কৰ বোজা ট্রাম্পৰ
🔹বিশ্বজুৰি বাণিজ্যিক যুদ্ধ সূত্রপাতৰ আশংকা
নিউজ ডেস্ক, ৪ এপ্রিল : আমেৰিকা যুক্তৰাষ্ট্রৰ ‘মুক্তি দিৱস’ত আমদানি শুল্ক ঘোষণা ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ৷ ৰাষ্ট্রপতি ট্রাম্পৰ শুল্ক নীতিক লৈ অসন্তুষ্ট বিশ্ব৷ ট্রাম্পৰ এই ঘোষণাত বিশ্বজুৰি বাণিজ্যিক যুদ্ধৰ সূত্রপাতৰ আশংকা ঘনীভূত হৈছে৷ নতুনকৈ বলৱৎ কৰা ট্রাম্পৰ শুল্ক নীতিৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশে…
Read More...