প্ৰাক্তন বাংলাদেশী অধিনায়ক তামিম ইকবালৰ হাৰ্ট এটেক, চিকিৎসালয়ত ভৰ্তি
নিউজ ডেস্ক, ২৪ মাৰ্চঃ আজি ছাভাৰত অনুষ্ঠিত ঢাকা প্ৰিমিয়াৰ লীগ (ডিপিএল) খেলৰ সময়ত ব্যাপক হাৰ্ট এটেকত আক্ৰান্ত হো বাংলাদেশৰ প্ৰাক্তন অধিনায়ক তামিম ইকবালক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বি কে এছ পিত চলি থকা ঢাকা প্ৰিমিয়াৰ লীগত শ্বাইনেপুকুৰ ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে মহম্মদ স্প’ৰ্টিং ক্লাবক নেতৃত্ব দি থকা ৩৬ বছৰীয়া বেটছমেনগৰাকীয়ে খেলপথাৰত থকাৰ সময়তে…
Read More...