কামাখ্যা কৰিড’ৰে শুকুৱাই পেলাব মন্দিৰৰ ভূগর্ভৰ জলধাৰ !
🔹 বহুপ্রত্যাশিত কৰিড’ৰক লৈ হাইক’ৰ্টত প্রত্যাহ্বান
🔹 কেন্দ্রীয় চৰকাৰ-পুৰাতত্ত্ব বিভাগলৈ উচ্চ ন্যায়ালয়ৰ জাননী জাৰি
বিশেষ বাৰ্তা, ২৩ মে’ : আইনী মেৰপেঁচত সোমাই পৰিছে শক্তিপীঠ কামাখ্যাত নির্মাণ হ’বলগীয়া বহুপ্রত্যাশিত কৰিড’ৰ প্রকল্প৷ কেন্দ্রীয় চৰকাৰৰ পৃষ্ঠপোষকতাত নির্মাণ হ’বলগীয়া পাঁচ তৰপীয়া কামাখ্যা কৰিড’ৰ প্রকল্পক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ…
Read More...