এল আই চিত অভিযন্তাৰ ২১৮ পদৰ বিজ্ঞাপন: অন্তিম দিন ১৫ মার্চ
দেশৰ বৃহত্তম বীমা কোম্পানী ভাৰতীয় জীৱন বীমা লিমিটেডত খালী হৈছে সহকাৰী অভিযন্তাৰ ২১৮ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কোম্পানীটোৰ সহকাৰী সঞ্চালক এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি সহকাৰী অভিযন্তাৰ ৫০ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– চিভিল (২৯), ইলেক্ট্রিকেল (১০), আর্কিটেক্ট (৪)…
Read More...