লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত ভ্ৰমণ বিএছএফৰ শীৰ্ষ বিষয়াৰ
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : ৰবি গান্ধী, এডিজি বিএছএফ, এছডিজি মুখ্য কাৰ্যালয় (ইচি) কলকাতাৰ মুখ্য কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত ভ্ৰমণ কৰে। উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ শীৰ্ষ বিষয়া এগৰাকীয়ে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰাটো তাৎপৰ্যপূৰ্ণ বুলিয়েই…
Read More...