বজাৰলৈ আহিবলৈ সাজু Realme-ৰ ১০৮ Mp স্মার্টফোন; কিমান হ’ব দাম জানেনে?
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ যদি আপুনি এটা ফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি এতিয়াই ফোন ক্ৰয় নকৰাকৈ অলপ সময় অপেক্ষা কৰিব পাৰে। কাৰণ Realme য়ে ভাৰতীয় বজাৰত ১০৮-মেগাপিক্সেলৰ এটা ফ্লেগশ্বিপ কেমেৰা মুকলি কৰিবলৈ সাজু হৈছে। এই ফোনটোৰ মডেল নাম হৈছে Realme 8।
Realme-ৰ ভাৰতীয় বিষয়া মাধব ছেঠে কয়, কোম্পানীটোৱে বিৰাট ধামাকাদাৰ ফোন মুকলি…
Read More...