নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ পৰ্যটনক নতুন ৰূপ দিয়াৰ বাবে আয়োজন কৰা হৈছে পুস্কৰ মহোৎসৱ

ৱ্ৰহ্মপুত্ৰ পুস্কৰ মহোৎসৱত হিমন্ত বিশ্ৱ শৰ্মা

গুৱাহাটীঃ দাক্ষিণাত্যৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে মুখৰিত হৈছে লুইতৰ পাৰ। মহানগৰীৰ ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ সমীপত আয়োজিত হৈছে ৱ্ৰহ্মপুত্ৰ পুস্কৰ আৰু সাংস্কৃতিক মহোৎসব। মহোৎসৱত বিত্তমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই স্নান কৰাৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ মংগল কামনা কৰে। 

You might also like