আজিৰে পৰা গুৱাহাটীত নচলিব Rapido বাইক সেৱা
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ
- আজিৰে পৰা গুৱাহাটীত নচলিব Rapido বাইক টেক্সি
- গুৱাহাটীৰ জোনালীৰ Rapido কাৰ্যালয়ত পৰিবহন বিভাগৰ অভিযান
- অনুজ্ঞা পত্ৰ অবিহনে বাইক-টেক্সি চলাই থকাৰ অভিযোগ
- পূৰ্বতেও বহুবাৰ জাননী দিয়া হৈছিল Rapidoক
- পূৰ্বৰ জাননীৰ পিছত আজি অভিযান চলালে পৰিবহন বিভাগে
- ৰাজহ চক্ৰ বিষয়া আৰু দিছপুৰ আৰক্ষীৰ সহযোগত অভিযান
- Rapidoৰ উপৰিও আন বাইক টেক্সিৰ বিৰুদ্ধে চলিব অভিযান
- অসমত বাইক-টেক্সি চলোৱাৰ অনুমতি নাই চৰকাৰৰ
- স্থানীয় থানাত গোচৰ দি এই সেৱা বন্ধৰ নিৰ্দেশ দিলে পৰিবহন বিভাগে