নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত SBIৰ গাড়ী ঋণ মেলা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ মহানগৰীৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়া কার্যসূচীৰে আৰম্ভ হৈছে এছবিআই গাড়ী ঋণ মেলা৷ এই মেলা উদ্বোধন কৰে বিদ্যাপতি চৌধুৰী, এজিএম, আৰবি’ (গুৱাহাটী মহানগৰ) আৰু পি কে বেহেৰা, এজিএম, নিউ গুৱাহাটী শাখা৷ এই উদ্বোধনী অনুষ্ঠানত এছবিআইৰ বিষয়াবর্গ আৰু গুৱাহাটীৰ গাড়ীৰ ডীলাৰৰ বিষয়াবর্গ উপস্থিত থাকে৷ এছবিআই কাৰ ঋণত গ্রাহকক অত্যধিক লাভ দিয়াৰ লক্ষ্যৰে এই মেলাৰ আয়োজন কৰা হৈছে৷

You might also like