নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বন্ধ হ’ব পাৰে RAPIDO সেৱা!

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ মহানগৰীত বৃদ্ধি পোৱা যানযঁটৰ সমস্যা ৰোধ কৰাৰ বাবেই পৰিবহন বিভাগে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ। চিটী বাছৰ ক্ষেত্ৰত অতি কঠোৰ নিয়ম বান্ধি নিয়া পৰিবহন বিভাগৰ এই চকু OLA- UBERত।

         শীঘ্ৰে OLA- UBERৰ বিৰুদ্ধে চলিব পৰিবহন বিভাগে চলাব অভিযান। ৩খন ৰাজ্যৰ আন্তঃৰাজ্যিক পাৰপত্ৰ থকা বাহন OLA-UBERৰ অধীনত চলিব নোৱাৰিব। তেনে বাহনসমূহে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। আনহাতে মহানগৰীত বন্ধ হ’ব পাৰে RAPIDO সেৱা।

You might also like