নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলাল বৰা গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ আৰটিআই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ। বিভিন্ন সংবাদ মেলৰ জৰিয়তে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছিল বৰাই। নাইমুদ্দিন আহমেদ নামৰ লোক এজনৰ এজাহাৰৰ ভিত্তিত হাতী গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুলাল বৰাক। অভিযোগ মতে দুলাল বৰাই নাইমুদ্দিন আহমেদক ধন দাবী কৰি ব্লেকমেইলিং কৰি আহিছিল।

You might also like