নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাউন্ট এভাৰেষ্টৰ নতুন উচ্চতাঃ নেপালে কৰিলে ঘোষণা…

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ নেপালৰ বিদেশ মন্ত্ৰীয়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ সংশোধিত উচ্চতা ঘোষণা কৰিছে। মাউণ্ট এভাৰেষ্টৰ সংশোধিত উচ্চতা ৮৮৪৮.৮৬ জোখা হয়। জানিব পৰা মতে ১৩ অক্টোবৰ ২০১৯ ত, মাউণ্ট এভাৰেষ্টৰ উচ্চতা জোখাৰ বাবে নেপাল আৰু চীনৰ মাজত পাৰস্পৰিক চুক্তি হৈছিল।

মাউণ্ট এভাৰেষ্টৰ উচ্চতা ৮৮৪৮ মিটাৰ বুলি গণ্য কৰা হৈছে যদিও নতুন উচ্চতা এতিয়া ৮৮৪৮.৮৬ ত জোখা হয়। যাৰ পাছতে বিশ্বৰ আটাইতকৈ ওখ শৃংগটোৰ উচ্চতা বৃদ্ধি পাইছে।

You might also like