নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ কর্মস্থানত শুভ৷ ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব৷ শাৰীৰিক মধ্যম৷ বিদ্যাত শুভ৷ মেৰুণ শুভ ৰং৷ শুভ সংখ্যা ৩৷
বৃষঃ মাটি সম্পতি ক্রয় কৰিব পাৰিব৷ ব্যৱসায়ত মধ্যম৷ বিদ্যাত বাধাৰ সন্মুখীন হ’ব পাৰে পৰিৱেশ অস্থিৰ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷
মিথুনঃ মাটিবাৰী লেঠা শেষ হ’ব৷ পুৰণি ৰোগে কষ্ট দিব পাৰে কর্মত মধ্যম৷ ৰাজনীতিত জড়িত ব্যক্তি শুভ৷ ভ্রমণৰ যোগ৷ শুভ ৰং ৰূপালী৷ শুভ সংখ্যা ২৷
কর্কটঃ হতাশা দূৰ হ’ব৷ কর্মস্থানত সাৱধান হওক৷ বন্ধুৰ পৰা আঁতৰত থাকক৷ হাতলৈ ধন আগমন হ’ব৷ প্রেমত মধ্যম৷ বগা শুভ ৰং৷ শুভ সংখ্যা ১৷
সিংহঃ দৃঢ়মত পোষণ কৰি আনন্দিত হ’ব৷ কর্মত শুভ৷ পাৰিবাৰিক কিছু সমস্যা থাকিব৷ শিৱৰ মন্ত্র স্মৰণ কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷
কন্যাঃ নতুন কর্ম সংস্থাপনৰ বাট মুকলি হ’ব৷ প্রেমত জটিলতা হ’ব পাৰে৷ ওচৰ–চুবুৰীয়াৰ লগত মিলিজুলি থাকিব৷ বিদ্যাত মধ্যম৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৩৷
তুলাঃ বন্ধুৰ দ্বাৰা উপকৃত হ’ব৷ কর্ম আৰু আর্থিকত শুভ৷ সন্মান বৃদ্ধি আনক সহায় কৰিব আনন্দিত হ’ব শুভ ৰং মুগা৷ শুভ সংখ্যা ৮৷
বৃশ্চিকঃ কর্মস্থানত নীৰৱতা অৱলম্বন কৰক পাৰিবাৰিক উৎকণ্ঠা বৃদ্ধি৷ সামাজিক স্থিতি উন্নত৷ ব্যয় বৃদ্ধি৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৪৷
ধনুঃ বিদ্যাৰ প্রতি নজৰ দিব৷ শাৰীৰিক মধ্যম৷ মনৰ অস্থিৰতা দূৰ কৰক৷ বন্ধুৰ পৰা লাভ হ’ব৷ আর্থিকত শুভ৷ ব্যয় কম শুভ ৰং ৰঙা শুভ সংখ্যা ৯৷
মকৰঃ কোনো প্রভাৱশালী ব্যক্তিৰ পৰা পদোন্নতি হ’ব শৰীৰৰ প্রতি যত্ন ৰাখক, আঁকোৰগোজ মনোভাব নাৰাখিব৷ শুভ ৰং সেউজীয়া শুভ সংখ্যা ৭৷
কুম্ভঃ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ সন্মান বৃদ্ধি৷ মাটি, গাড়ী ক্রয় কৰিব পাৰিব, দাম্পত্য মধ্যম৷ মানসিক চিন্তাৰ পৰা আঁতৰত থাকক৷ শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৬৷
মীনঃ অর্থ লাভ কর্মত মধ্যম৷ মনৰ দৃঢ়তা ৰাখক৷ ধর্মস্থান ভ্রমণ কৰিব পাৰিব বিদ্যাত শুভ৷ পাৰিবাৰিক মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

You might also like