নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি উচ্চতম ন্যায়ালয়ে দিব ৩ টাকৈ গুৰুত্বপূৰ্ণ ৰায়দান

এই বিশেষ তিনিটা গোচৰৰ হৈছে- সাৱৰিমালা গোচৰ, ৰাফেল যুদ্ধ বিমান কেলেংকাৰী আৰু চৌকিদাৰ চৌৰ হে গোচৰ ।

নিউজডেস্ক, ১৪ নৱেম্বৰঃ বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব তিনিটাকৈ গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান । এই বিশেষ তিনিটা গোচৰৰ হৈছে- সাৱৰিমালা গোচৰ, ৰাফেল যুদ্ধ বিমান কেলেংকাৰী আৰু চৌকিদাৰ চৌৰ হে গোচৰ । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰৰ পূৰ্বে এই তিনিওটা গোচৰৰ ৰায়দান সম্পূৰ্ণ কৰা হ’ব ।

You might also like