নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ঘোষণা কৰা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ দিন

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ দিল্লী বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ আজি ঘোষণা কৰা হ’ব। নিৰ্বাচন আয়োগে আজি দিনৰ ৩.৩০ বজাত নিৰ্বাচনৰ তাৰিখ ঘোষাণা কৰিব। উল্লেখ্য যোৱা ২০১৫ চনত হোৱা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৭০ সংখ্যক বিধানসভাত অভিলেখসহ ৬৭ খন আসনত জয়লাভ কৰিছিল। বাকী থকা ৩ খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল। কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

You might also like