নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিল্লী বিধানসভা নিৰ্বাচন

৭০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ আজি দিল্লী বিধানসভা নিৰ্বাচন। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৭০টা বিধানসভা সমষ্টিৰ বাবে আৰম্ভ হৈছে ভোটগ্ৰহণ। আজি EVMত বন্দী হ’ব ৬৭২গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত হৈছে ভোটগ্ৰহণ।

You might also like