আজি বালাকোট এয়াৰ ষ্ট্ৰাইকৰ এবছৰ
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ বালাকোট এয়াৰ ষ্ট্ৰাইকৰ আজি এবছৰ সম্পূৰ্ণ হৈছে। যোৱা বছৰৰ আজি দিনটোতেই ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছিল। উল্লেখ্য যে যোৱা বৰ্ষতেই ১৪ ফেব্ৰুৱাৰী দিনা জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাটী আক্ৰমণত ৪০ জন চিৰআৰপিএফৰ জোৱান শ্বহীদ হৈছিল।
পুলৱামাৰ স্বহীদ হোৱা ৪০ জন জোৱানৰ প্ৰতিশোধ লবলৈ ভাৰতে ১২ খন মিৰাজ যুঁজাৰু বিমানে ভাৰত পাক সীমা অতিক্ৰম কৰি পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ শিবিৰত স্পাইচ ১০০০ কিঃগ্ৰাঃ বোমা নিক্ষেপ কৰি সম্পূৰ্ণৰূপে ধব্বংস কৰিছিল। ভাৰতীয় বায়ুসেনাৰ এই আক্ৰমণত বহু সংখ্যক সন্ত্ৰাসবাদী নিহত হৈছিল।
বালাকোটৰ এয়াৰষ্ট্ৰাইকৰ এবছৰ উপলক্ষে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে সন্ত্ৰাসবাদীৰ বিৰোধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় যে ২০১৬ৰ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ৰ বালাকোট এয়াৰ ষ্ট্ৰাইকে ইয়াৰ প্ৰমাণ।
India today celebrates the first anniversary of Balakote airstrikes. It was a successful counter terror operation launched by the fearless @IAF_MCC air warriors.
With the success of Balakote air strikes India has clearly demonstrated its strong will against terrorism.
— Rajnath Singh (@rajnathsingh) February 26, 2020
I salute the @IAF_MCC for its unmatched bravery and courage exhibited during Balakote air strikes. Our government led by PM Shri @narendramodi has adopted a different approach from earlier governments. Now we do not hesitate to cross the border to protect India against terrorism.
— Rajnath Singh (@rajnathsingh) February 26, 2020
I thank the Prime Minister Shri @narendramodi for bringing change in India’s approach against terrorism & our ways to counter terror. The Surgical Strikes of 2016 and Balakote Air Strikes of 2019 are testimony to this change. This is certainly a New and Confident India in making.
— Rajnath Singh (@rajnathsingh) February 26, 2020