নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ মধ্য প্ৰদেশৰ ৰায়সেন জিলাত ৩ জন ৰাজহ বিভাগৰ কৰ্মচাৰীক নিলম্বন । এখন ফটো ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱাটোৱেই কাল হ’ল এই ৩ জন ৰাজহ বিভাগৰ কৰ্মচাৰীৰ । য’ত এই ফটোখনত তিনি কৰ্মটাৰীয়ে হাতত লৈ আছিল মদৰ বটল । যাৰ পাছতে এই ফটোখন ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰে । পাছত জিলা ন্যায়াধিশৰ দ্বাৰা তেওঁলোক ৩ জনক চাকৰিৰ পৰা নিলম্বন কৰা হয় ।
Madhya Pradesh: 3 revenue department officials have been suspended in Raisen district, by the Bareli Sub Divisional Magistrate, after a photograph showing them holding liquor bottles went viral on social media. pic.twitter.com/edC7VxGr8P
— ANI (@ANI) April 19, 2020