কা আৰু এন পি আৰক সমৰ্থন ৰজনীকান্তৰ
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তে শেহতীয়াভাৱে মন্তব্য কৰিছে। ৰজনীকান্তে কৈছে যে কা য়ে দেশৰ জনসাধাৰণৰ কোনো ধৰণৰ ক্ষতি নহয়। যদি কোনো মুছলমান লোকৰ ক্ষতি হয় তেতিয়া হলে মই ইয়াৰ বিৰোধে থিয় দিম। এন পি আৰৰ সম্বন্ধে কয় যে এন পি আৰে বহিৰাগত সন্ধান উলিয়াত সুবিধা হ’ব। লগতে এন আৰ চিৰ সম্বন্ধে কয় যে এতিয়ালৈকে স্পষ্ট হোৱা নাই এন আৰ তি প্ৰস্তুত হ’ব নে নাই।
Rajinikanth: Citizenship Amendment Act will not affect any citizen of our country, if it affects Muslims then I will be the first person to stand up for them. NPR is a necessity to find out about the outsiders. It has been clarified that NRC has not been formulated yet. pic.twitter.com/wyXMCY8pH9
— ANI (@ANI) February 5, 2020