ক্ৰিকেট ইতিহাসত আজিৰ দিনটোঃ বিৰাট কোহলিয়ে অৰ্জন কৰিছিল প্ৰথমটো এদিনীয়া শতক
নিউজডেস্ক, ২৪ ডিচেম্বৰঃ ২০০৯ চনৰ ২৪ ডিচেম্বৰ দিনা ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে প্ৰথমবাৰলৈ অৰ্জন কৰিছিল এদিনীয়া শতক।
উল্লেখ্য যে কোহলিয়ে ২০০৯ চনৰ এই দিনটোত ইডেন গার্ডেনত শ্রীলংকাৰ বিপক্ষে ১০৭ ৰানৰ শতকীয় ইনিংছ খেলিছিল ।
ইপিনে ৰেংকিঙৰ শীৰ্ষত থাকি এই বৰ্ষটো সামৰিলে কোহলিয়ে । চলিত বৰ্ষটোত চমকপ্ৰদ প্ৰদৰ্শনেৰে কোহলিয়ে ৮৮৭ পইণ্টেৰে এদিনীয়া ৰেংকিঙৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখে ।