নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ
- দেশত ৫,১৯৪ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে
- লগতে যোৱা ২৪ ঘণ্টাত ৭৭৩ টা পজিটিভ ঘটনা পোহৰলৈ আহিছে
- দেশত এই ভাইৰাছৰ ফলত মৃত্যু ঘটিছে ১৪৯ গৰাকী লোকৰ
- ক’ৰোনাৰ পৰা সুস্থ হৈ উঠিছে ৪০২ গৰাকী লোক
- যোৱা ২৪ ঘণ্টাত ৩২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে
- স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লভ আগৰৱালাই প্ৰকাশ কৰিছে এই তথ্য
Till date total 402 people have been discharged, total 5194 positive confirmed case have been reported. In last one day 773 positive cases were reported. Total 149 deaths have been reported and around 32 people have died yesterday: Lav Aggarwal,Joint Secy,Health Ministry #COVID19 pic.twitter.com/JUaLNCT270
— ANI (@ANI) April 8, 2020