নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুলৱামাত সন্ত্ৰাসবাদী নিহত

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বুধবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ এনকাউন্টাৰত নিহত হয় এটা সন্ত্ৰাসবাদী । জম্মু-কাশ্মীৰ আৰক্ষীৰ এটা দলে পুলৱামাৰ অৱন্তীপুৰত চলোৱা অভিযানত মৃত্যু হয় এই সন্ত্ৰাসবাদীটো ।

উল্লেখ্য যে, মঙলবাৰে সন্ত্ৰাসবাদী বিৰোধী এক অভিযানত প্ৰাণ হেৰুৱাইছিল ভাৰতীয় সেনাৰ এগৰাকী জোৱানৰ লগতে এগৰাকী বিশেষ আৰক্ষী বিষয়াই ।

You might also like