বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা বলয়গ্ৰাহ সূৰ্যগ্ৰহণৰ বিৰল দৃশ্য-
নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ল বিশ্ববাসী । বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আকাশতো আজি পুৱাই দৃশ্যমান হ’ল বলয়গ্ৰাস সূৰ্যগ্ৰহণ ।
বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ কেইখনমান বিশেষ আলোকচিত্ৰ-




