নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাৰ মুৰব্বী হিচাপে দায়িত্ব ল’লে জেনেৰেল মনোজ মুকুন্দ নৰৱানেই

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ দেশৰ পৰৱৰ্তী সেনাৰ মুৰব্বী ৰূপে আজি লেঃ জেনেৰেল মনোজ মুকুন্দ নৰৱানেই দায়িত্ব গ্ৰহণ কৰে ।

ইপিনে লেঃ জেনেৰেল মনোজ মুকুন্দ নৰৱানেই ভাৰতীয় সেনাৰ ২৮ সংখ্যক মুৰব্বী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।

উল্লেখ্য যে ভাৰতীয় সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটৰ আজি কাৰ্যকাল অন্ত পৰাৰ পিছত লেঃ জেনেৰেল মনোজ মুকুন্দ নৰৱানেক ভাৰতীয় সেনাৰ মুৰব্বী হিচাপে নিয়োগ কৰা হয়।

You might also like