নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ জিডিপি হ্রাস পাব ৪.৮ শতাংশলৈ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ আন্তঃৰাষ্ট্রীয় মুদ্রানিধিয়ে মন্তব্য কৰিছে যে ২০১৯–২০ বিত্তীয় বর্ষৰ ঘৰুৱা মুঠ উৎপাদন ৪.৮ শতাংশলৈ হ্রাস পাব৷

পূর্বতে যোৱা বর্ষৰ অক্টোবৰ মাহত এই বৃদ্ধিৰ পৰিমাণ ৬.১ শতাংশ হ’ব বুলি অনুমান কৰিছিল আই এম এফে৷ সংস্থাটোৱে আন্তঃৰাষ্ট্রীয় পর্যায়ত জিডিপিৰ মূল্যায়ন কৰি ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ নির্ণয় কৰিছে৷

You might also like