নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোডীৰ ডেৰলাখ টকাৰ চশমাঃ ছছিয়েল মিডিয়াত ভাইৰেল

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ বৰ্ষৰটোৰ অন্তিমটো সূৰ্যগ্ৰহণ আজি দৃশ্যমান হয়। সমগ্ৰ দেশৰ জনতাই এই দৃশ্যগ্ৰহণ বিভিন্ন বিভিন্ন প্ৰকাৰে প্ৰত্যক্ষ কৰে। তাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সূৰ্য গ্ৰহণ প্ৰত্যক্ষ কৰা দেখা যায়। প্ৰধানমন্ত্ৰী মোডীয়ে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ দৃশ্য নিজে ছছিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

সূৰ্য গ্ৰহণ উপভোগ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এযোৰ বিশেষ চশমা ব্যৱহাৰ কৰে। অৱশ্যে তেওঁ নিজে ছছিয়েল মিডিয়াত উল্লেখ কৰে যে প্ৰতিকূল বতৰৰ বাবে সূৰ্য গ্ৰহণ উপভোগ কৰিব নোৱাৰিলে ।

 

 

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী গৰাকীৰ চশমাযোৰৰ ওপৰত বনোৱা মিম প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে।

আনহাতে কেইজনমান অনুৰাগীয়ে প্ৰধানমন্ত্ৰীৰ ছশমাযোৰৰ দামো প্ৰকাশ কৰে।

You might also like