নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ লকডাউন চলি থকাৰ পাচতে পশ্চিমবংগৰ হাওৰাৰ টিক্কিয়াপাৰাত সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতি । লকডাউন চলি থকাৰ মাজতে একাংশ লোকে লকডাউন ভংগ কৰি বাহিৰলৈ ওলাই অহাৰ পাচতেই আৰক্ষীয়ে বাধা দিয়ে লোকসকলক ।
WB: A crowd, which had gathered at a market place in Tikiapara of Howrah today – defying the lockdown, attacked Police personnel & pelted stones at them when they asked the crowd to return to their homes. 2 police personnel injured. Heavy Police force & RAF deployed in the area. pic.twitter.com/Bnu0Cj1K5o
— ANI (@ANI) April 28, 2020
লকডাউন ভংগকাৰী এইসকল লোকে আৰক্ষীৰ কথাত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰক্ষীক । ঘৰলৈ উভতি যাবলৈ কোৱাৰ পাচতেই এইসকল লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে আক্ৰমণ কৰে আৰক্ষীৰ বাহনত । ইতিমধ্যে এই ঘটনাৰ পাচতেই অঞ্চলটোত অধিক সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ।
#WATCH: A crowd, which had gathered at a market place in Tikiapara of Howrah today – defying the lockdown, attacked Police personnel & pelted stones at them when they asked the crowd to return to their homes. 2 police personnel injured. #WestBengal (Video source: Amateur video) pic.twitter.com/EAZbm5wWlc
— ANI (@ANI) April 28, 2020