-
দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
-
পুৱা ৮ বজাত উপস্থিত হ’লগৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী
-
এই ভ্ৰমণ কালত তেওঁৰ সৈতে আছে চিডিএছ বিপিন ৰাৱট আৰু সেনা প্ৰধান এম এম নৰৱানে
-
লাডাখৰ পৰা ৰাজনাথ সিং যাব জম্মু-কাশ্মীৰলৈও
-
প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে LACৰ লগে লগে LoC ৰো অৱস্থাৰ বুজ ল’ব
-
ইপিনে লাডাখত উপস্থিত হৈয়ে সেনাৰ পাৰা ড্ৰ’পিং অনুশীলন প্ৰত্যক্ষ কৰে ৰাজনাথ সিঙে
-
লগতে সেনাৰ অত্যাধুনিক অস্ত্ৰ হাতত লোৱা দেখা গৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংক
Ladakh: Defence Minister Rajnath Singh, Chief of Defence Staff General Bipin Rawat and Army Chief General MM Naravane arrive at Stakna, Leh. They will witness para dropping skills of the Armed Forces here. pic.twitter.com/pJ4Njv1BMY
— ANI (@ANI) July 17, 2020