নিয়মীয়া বাৰ্তা, ২০ জুনঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ‘ধ্যান আৰু যোগ বিজ্ঞান’ৰ এবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ কৰিছে। য’ত প্ৰায় ৪৫০ জন প্ৰাৰ্থীয়ে নাম ভৰ্তি কৰিছে।
তেওঁ কয়, “১ অক্টোবৰৰ পৰা এই প্ৰশিক্ষকসকলে দিল্লীৰ বিভিন্ন প্ৰান্তৰ লোকসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব।”
Delhi Chief Minister Arvind Kejriwal launches one-year diploma course in ‘Meditation and Yoga Sciences’, in which around 450 candidates have enrolled themselves.
“From October 1, these instructors will train people in different parts of Delhi free of cost,” he says. pic.twitter.com/pWdWoNj5Tk
— ANI (@ANI) June 20, 2021