নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ ১ জানুৱাৰীৰ পৰা বাধ্যতামূলক FasTag। FasTag গাড়ীত লগোৱা নাথাকিলে দেশৰ ৬১৫ খন ৰাষ্ট্ৰীয় আৰু ১০১ খন ৰাজ্যৰ টোল প্লাজাই প্ৰতিদিনে টোল ধন দুগুণ কৰিব। লগতে আপ-ডাউন টোলৰ নিয়মো পূৰ্বতকৈ কিছু সলনি হ’ব।
লগতে পঢ়কঃ ২০২০ বৰ্ষত সৰ্বাধিক কি বিক্ৰী হৈছিল ভাৰতত? জানিলে আচৰিত হ’ব আপুনি…
উল্লেখ্য যে সমগ্ৰ দেশত প্ৰতিদিনে ৫ কোটি গাড়ীয়ে ৰাষ্ট্ৰীয় পথ ব্যৱহাৰ কৰে। যাৰ ভিতৰত ২ কোটি ২৫ লাখ গাড়ীয়েহে FasTag ব্যৱহাৰ কৰিছিল।