বিশেষ বাৰ্তা, ৯ মেঃ আমিৰ খানৰ জীয়ৰী ইৰা খানে আজি ২৫ বছৰীয়া জন্মদিন পালন কৰে। কেকৰ কেণ্ডেল ফুৱাই থকা ফটো এখনে ছচিয়েল মিডিয়াত বৰকৈ ঘূৰি ফুৰিছে। ফটোখনত ইৰাৰ পিছফালে দেউতাক আমিৰ খান, মাক ৰীণা দত্ত আৰু ভায়েক আজাদ (আমিৰ খান আৰু কীৰণ ৰাওৰ সন্তান)ক দেখা গৈছে। ইপিনে, ইৰা খানৰ বয়ফ্ৰেইণ্ড নূপুৰ শিখাৰেও জন্মদিনৰ ফটো শ্বেয়াৰ কৰিছে।
You might also like