ট্ৰেইনৰ ফাৰ্ষ্ট এচি কেবিনক ‘হানীমুন ছুইট’লৈ ৰূপান্তৰ! কঠোৰ ৰে’লৱে
ভাৰতীয় ৰে'লৱেৰ নন্দীগ্ৰাম এক্সপ্ৰেছৰ ফাৰ্ষ্ট এচি কেবিনক হানীমুন ছুইটৰ দৰে সজাই তোলা এটা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। বেলুন, ফুল, গোলাপৰ পাহি, ফেৰী লাইট আৰু "I LOVE YOU" লিখা সজ্জাৰে কেবিনটো বিশেষভাৱে সজাই তোলা হৈছিল।
এই ভিডিঅ'টো প্ৰথমে সজ্জাকাৰীয়ে নিজেই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। পিছত নেটিজেনসকলে ইয়াক "ছুহাগৰাত এক্সপ্ৰেছ"…
Read More...