নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইখন ৰাজ্যত ৩১ আগষ্টলৈ বৃদ্ধি হ’ল লকডাউন; দিয়া হৈছে কিছু শিথিলতা

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ তামিলনাডু চৰকাৰে ৰাজ্যখনত বৰ্ধিত ক’ৰোনা আক্ৰান্তৰ সংখ্যালৈ লক্ষ্য কৰি ৩১ আগষ্টলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে । অৱশ্যে তামিলনাডু চৰকাৰে কিছু শিথিলতা ঘোষণা কৰিহে ৩১ আগষ্টলৈকে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছে ।

আনহাতে ৰাজ্যখনত প্ৰতি দেওবাৰে থাকিব সম্পূৰ্ণ লকডাউন । উল্লেখ্য যে ব্যক্তিগত যানবাহনৰ  আন্তঃজিলা যাতায়তৰ চলাচলৰ অনুমতি প্ৰদান কৰি ই-পাছৰ ব্যৱস্থা কৰা হৈছে ।

You might also like