নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-চীন সীমান্তত হঠাৎ উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ চীন-ভাৰতৰ সংঘাত চলি থকাৰ সময়তে আজি লাডাখ সীমান্তত উপস্থিত হয়গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি পুৱা হঠাৎ লেহত তিনিও সেনাবাহিনীৰ মুৰব্বী তথা চিডিএছ বিপিন ৰাৱট আৰু স্থল সেনাৰ মুৰব্বী এমএম নৰৱানেৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় ।

ইপিনে প্ৰধানমন্ত্ৰীগৰাকীয়ে লাডাখৰ নিমুত আজি পুৱাই সেনা, বায়ুসেনা আৰু আইটিবিপি জোৱানৰ সৈতে বাৰ্তালাপ কৰে ।

You might also like