নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংকিতা দত্তক ছবছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কাৰ

বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ

✅অংকিতা দত্তক ছবছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কাৰ।

✅দলীয় বিধি অনুসৰি এই অনুশাসন আৰোপ কৰা বুলি প্ৰকাশ।

✅যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ বিৰুদ্ধে অনা অশালীন ব্যৱহাৰ আৰু লিংগবৈষম্যৰ অভিযোগৰ পিছতেই ব্ৱস্থা।

✅দিছপুৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল অংকিতাই।

✅তাৰ পিছতেই দলীয় অনুশাসন ভংগৰ অপৰাধ ছবছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হয় অংকিতাক।

You might also like