অৰবিন্দ কেজৰিৱাললৈ চমন ইডিৰ
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক জেৰাৰ বাবে মাতিছে ইডিয়ে (এনফৰ্চমেণ্ট ডিৰেক্টৰেটে)। দিল্লী সুৰা কেলেংকাৰি গোচৰত ২১ ডিচেম্বৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ইডিয়ে। উল্লেখ্য যে উক্ত গোচৰত ৰঙাঘৰৰ আলহী হৈছে আম আদমী পাৰ্টীৰ মনীষ ছিছোডিয়া, সঞ্জয় সিং আৰু সত্যেন্দ্ৰ জৈন।
#বাৰ্তা ডেস্ক