নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা সচিবালয়ত ২১ পদ

আবেদন গ্ৰহণৰ অন্তিম দিন ২৮ জানুৱাৰী

যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু প্রতি মিনিটত ১৬০টা ইংৰাজী/হিন্দী শব্দ ছর্টহেণ্ড কৰিব পৰাকৈ দক্ষ হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪০ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৫৬,১০০–১,৭৭,৫০০ টকা৷ আবেদনকাৰী এআইচিটিই/এনআইইএলআইটিৰ পৰা প্রশিক্ষণপ্রাপ্ত হোৱাটো বাঞ্ছনীয়৷ প্রার্থী বাছনি ছর্টহেণ্ড পৰীক্ষা, লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰৰ ভিত্তিত হ’ব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িতি প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন’The Recruitment Branch, Lok Sabha Secretariat, Room No-521, Parliament House Annexe, New Delhi-110001′ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ জানুৱাৰী ২০১৯৷ বিজ্ঞাপন সম্পর্কীয় বিশদ বিৱৰণৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ ৱেবছাইটhttp://loksabhadocs.nic.in ভিজিট কৰিব পাৰে৷

You might also like