কৃষি বিভাগত ১৯৫টা কৃষি উন্নয়ন বিষয়া পদৰ চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ১৭ এপ্রিল
অসম লোকসেৱা আয়োগৰ অধীনত কৃষি বিভাগত খালী হোৱা ১৯৫টা কৃষি উন্নয়ন বিষয়াৰ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷