নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত ইলেক্ট্রনিকছ লিমিটেডত ৩২টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৯ এপ্রিল

কেন্দ্রীয় চৰকাৰৰ অধীনস্থ সংস্থা ভাৰত ইলেক্ট্র’নিকছ লিমিটেডত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like