নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্গো লজিষ্টিক এণ্ড এলাইড ছার্ভিচত ২৭৪টা পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ

এএআই কার্গো লজিষ্টিক এণ্ড এলাইড ছার্ভিচেছ কোম্পানী লিমিটেডে ২৭৪টা ছিকিউৰিটী স্ক্রীনাৰ (ফ্রেচাৰ)ৰ খালী পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

You might also like