নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড় বিশ্ববিদ্যালয় -ত ১০টা পদত চাকৰি

🔹 ডিব্রুগড় বিশ্ববিদ্যালয় -ত ১০টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ১০ জুন

ডিব্রুগড় বিশ্ববিদ্যালয়ত খালী হোৱা অধ্যাপক, সহযোগী অধ্যাপকৰ পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like