নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইটি গুৱাহাটী -ত ২৩টা ক্রীড়া প্রশিক্ষকৰ পদত চাকৰি

🔹 আইআইটি গুৱাহাটী -ত ২৩টা ক্রীড়া প্রশিক্ষকৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৯ জুন

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী, গুৱাহাটীত অস্থায়ী ভিত্তিত ক্রীড়া প্রশিক্ষক আৰু অন্যান্য পদত নিয়োগৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like