নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বিমান বাহিনী -ত ২৮৪টা পদত চাকৰি

🔹 ভাৰতীয় বিমান বাহিনী -ত ২৮৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১ জুলাই

ভাৰতীয় বিমান বাহিনীৰ ২০২৬ চনৰ জুলাই মাহত আৰম্ভ হ’বলগীয়া ফ্লাইং ব্রাঞ্চ আৰু গ্রাউণ্ড ডিউটীৰ শাখাত নিয়োগৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like