নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচিৰ অধীনত জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৪ এপ্রিল

অসম লোকসেৱা আয়োগৰ অধীনত ট্রেন্সফর্মেচন এণ্ড ডেভেল’পমেণ্ট বিভাগত খালী হোৱা ৯টা জুনিয়ৰ ডেভেল’পমেণ্ট অফিচাৰ পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like