নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ত ২৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ এপ্রিল

নলবাৰীৰ কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত শিক্ষকসহ ভিন্ন বিভাগত ২৪টা খালী পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে৷

You might also like