নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূর্বাঞ্চল পুলিচ একাডেমী -ত ২২টা পদত চাকৰি

🔹 উত্তৰ-পূর্বাঞ্চল পুলিচ একাডেমী -ত ২২টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জুলাই

ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ৰ অধীনস্থ নর্থ–ইষ্টার্ণ পুলিচ একাডেমীত কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like