প্রধানমন্ত্রী আৱাস যোজনা আঁচনিৰ অধীনত পদ খালী
প্রধানমন্ত্রী আৱাস যোজনা আঁচনিৰ অধীনত পদ খালী
প্রধানমন্ত্রী আৱাস যোজনা আঁচনিৰ অধীনত পদ খালী
প্রধানমন্ত্রী আৱাস যোজনা আঁচনি ৰূপায়ণৰ ক্ষেত্রত নগৰীয়া অভিযানৰ সহায়ক হোৱাকৈ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
শিক্ষাগত অর্হতা : চিভিল ইঞ্জিনীয়াৰিঙত স্নাতক অথবা স্নাতকোত্তৰ ডিগ্রীধাৰী হোৱাৰ লগতে কমেও ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব৷