নর্থ লখিমপুৰৰ ভেলী ভিউ স্কুল ত পদ মুকলি
নর্থ লখিমপুৰৰ ভেলী ভিউ স্কুল ত পদ মুকলি
ইংৰাজী মাধ্যমৰ চিবিএছই স্কুল নর্থ লখিমপুৰৰ ভেলী ভিউ স্কুলত খালী হোৱা একাধিক শিক্ষকৰ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
শিক্ষাগত অর্হতা : সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হোৱাৰ লগতে বিএড উত্তীর্ণ হ’ব লাগিব আৰু কম্পিউটাৰৰ জ্ঞান থকা বাঞ্ছনীয়৷