নগা লোকশিল্পী গুৰু ৰেৱবেন মাচাংভাক পদ্মশ্ৰী প্ৰদান
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ মণিপুৰৰ তাংখুল নগা লোকশিল্পী গুৰু ৰেৱবেন মাচাংভাক কলাত তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী প্ৰদান কৰা হৈছে।
“মই সদায় লোকসংগীতৰ প্ৰতি আগ্ৰহী আছিলো। কিন্তু কেতিয়াও সংগীত বিদ্যালয়লৈ যোৱা নাছিলো। কেৱল ৰেডিঅ’ আৰু সংগীতজ্ঞসকলৰ কথা শুনিয়ে শিকিছিলো। মোক পুৰস্কৃত কৰা হৈছে বুলি জানি মই অত্যন্ত সুখী,” তেওঁ কয়।
Manipur: Guru Rewben Mashangva, a Tangkhul Naga folk singer, has been conferred Padma Shri for his contribution to arts.
“I was always interested in folk music. Didn’t go to music school, learnt by listening to radio & musicians. Happy to know that I’m being awarded,” he said. pic.twitter.com/IGIpybdxgH
— ANI (@ANI) January 30, 2021