নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত পুনৰ ৫ জনৰ দেহত ক’ভিড পজিটিভ; আক্ৰান্তৰ সংখ্যা ২৩৮ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৫ জুলাই: মিজোৰামত ৫ টা নতুন ক’ৰোনা পজিটিভৰ ঘটনা পোহৰলৈ আহিছে । যাৰ পাছতে উত্তৰ-পূবৰ ৰাজ্য মিজোৰামত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ২৩৮ জনলৈ বৃদ্ধি পাইছে ।

ইপিনে বৰ্তমান ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত ৭৯ জন ৰোগীয়ে ক’ভিডৰ চিকিৎসা গ্ৰহণ কৰি আছে । লগতে ১৫৯ জন লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে ।

You might also like